STEPS TO COMPLETE THE ONLINE APPLICATION FORM
Step 1:
Register using the "Create Account" process. The email ID and mobile number used for registration must be valid and functional and should preferably belong to the applicant. Communications will be done only to the registered email address or mobile number.

"Create Account" প্ৰক্ৰিয়া ব্যৱহাৰ কৰি পঞ্জীয়ন কৰক। পঞ্জীয়নৰ বাবে ব্যৱহৃত ইমেইল আইডি আৰু ম'বাইল নম্বৰ বৈধ আৰু কাৰ্যকৰী হ'ব লাগিব আৰু আবেদনকাৰীৰ হোৱা বাঞ্ছনীয় । যোগাযোগ কেৱল পঞ্জীভুক্ত ইমেইল ঠিকনা বা ম'বাইল নম্বৰত কৰা হ'ব।

Step 2:
After Registration you will be able to login using the user name and password sent to you in your registered email and mobile number.The User name and password will be valid for entire admission process. You can retrieve the password from "Forgot Password" option.

পঞ্জীয়নৰ পিছত আপুনি আপোনাৰ পঞ্জীভুক্ত ইমেইল আৰু ম'বাইল নম্বৰত আপোনালৈ প্ৰেৰণ কৰা user name আৰু Password ব্যৱহাৰ কৰি Login কৰিবলৈ সক্ষম হ'ব।user name আৰু Password সম্পূৰ্ণ নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে বৈধ হ'ব। আপুনি "Forgot Password" বিকল্পৰ পৰা পাছৱৰ্ডটো উদ্ধাৰ কৰিব পাৰে

Step 3:
  • Enter Personal Details.

    ব্যক্তিগত বিৱৰণ সম্পূৰ্ণ কৰক

  • Select Programme & Enter Other Details.

    বিষয়টো বাছনি কৰক আৰু অন্যান্য বিৱৰণ সম্পূৰ্ণ কৰক

  • Upload Required Documents

    যাৱতীয় নথি-পত্ৰ আপলোড কৰক ৷

  • Preview & Pay the Fee Online

    আপলোড কৰা তথ্য/নথি-পত্ৰ পুনৰীক্ষণ কৰক আৰু মাচুল জমা দিয়ক ৷

  • After Successful Payment download the Receipt

    মাচুল জমা দিয়া হৈ যোৱাৰ পাছত receipt ডাউনলোড কৰক ৷


  • Note:

    PWD candidates will avail fee waiver in the first semester only. Their applications will be verified. After verification only, their admissions will be confirmed.

    বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলে কেৱল প্ৰথম ষাণ্মাসিকতহে মাচুল ৰেহাই পাব ৷ তেওলোকৰ আবেদনপত্ৰসমূহ পৰীক্ষাকৰা হ'ব আৰু পৰীক্ষৰণৰ পাছতহে তেওঁলোকৰ নামভৰ্তি নিশ্চিত কৰা হ'ব ৷

    Please ensure that you have the following documents ready:

    Scanned copy of - (The file size should be less than 500 KB in jpg/jpeg/png format)

    অনুগ্ৰহ কৰি আপুনি নিম্নলিখিত নথিপত্ৰসমূহৰ স্কেন কপি সাজু কৰক ৷ (প্ৰতিটো ফাইলৰ আকাৰ 500KB, JPEG, PNG হ'ব লাগিব ৷)


    • Passport size photograph

      পাচপৰ্ট ফটো

    • Final Marksheet/Certificate of the last educational qualification.

      যাৱতীয় শিক্ষাগত অৰ্হতাৰ নম্বৰ তালিকা/প্ৰমাণ পত্ৰ

    • Any Photo Identity Card (PAN/Driving License/Aadhaar card/Voter ID/Passport/Bank Passbook with address and photo)

      যিকোনো ফটোসহ পৰিচয় পত্ৰ (PAN/Driving License/Aadhaar card/Voter ID/Passport/Bank Passbook with address and photo)

    • Scanned Signature.

      আপোনাৰ নিজৰ চহী

    • PWD,Caste,BPL Certificate (If Applicable).

      বিশেষভাৱে সক্ষমতাৰ, অনুসূচিত জাতি, জনজাতি, দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰমাণ পত্ৰ (প্ৰয়োজন সাপেক্ষে) লগতে

    You also need-
    • Debit/Credit Card or Netbanking for Online payment

      অনলাইন ধন জমা দিয়াৰ বাবে ডেবিট বা ক্ৰেডিট কাৰ্ড অথবা নেট-বেংকিং আদি

      I have read the above instructions carefully.I declare that information and documents submitted are correct and authentic. Admission will be cancelled in case any misinformation and/or invalid documents is detected at any stage and fee paid will not be refunded.  

    মই ওপৰোক্ত নিৰ্দেশনাবোৰ সাৱধানে পঢ়িছোঁ। মই ঘোষণা কৰোঁ যে দাখিল কৰা তথ্য আৰু নথিপত্ৰবোৰ শুদ্ধ আৰু প্ৰামাণিক। যিকোনো পৰ্যায়ত কোনো ভুল তথ্য আৰু/বা অবৈধ নথিপত্ৰ চিনাক্ত হ'লে নামভৰ্তি বাতিল কৰা হ'ব আৰু পৰিশোধ কৰা মাচুল ঘূৰাই দিয়া নহ'ব।